accessibilty toolbox
color contrast
text size
highlighting more content
zoom in

তথ্য উলংঘন আৰু গোপনীয় তথ্য চুৰি কৰাৰ বাবে শাৰীৰিক বা চাইবাৰ ক্ৰিয়া কাৰ্যকৰী কৰাৰ লক্ষ্যৰে সংগঠন বা ভৱন এটাত

প্ৰৱেশাধিকাৰ প্ৰাপ্ত কৰা এজন অননুমোদিত ব্যক্তিক টেইলগেটিং বুলি কোৱা হয়।

এই ধৰণৰ প্ৰৱঞ্চনাত প্ৰৱঞ্চকে এক সীমাবদ্ধ এলেকাত প্ৰৱেশ কৰিব বিচাৰে য'ত ছফ্টৱেৰ-আধাৰিত ইলেক্ট্ৰনিক সঁজুলিৰ দ্বাৰা প্ৰৱেশ নিয়ন্ত্ৰণ কৰা হয়। যিহেতু কেৱল কৰ্তৃত্বপ্ৰাপ্ত লোকসকলেহে প্ৰৱেশাধিকাৰ প্ৰাপ্ত কৰাৰ কৰ্তৃত্ব ৰাখে, চাইবাৰ অপৰাধীসকলে প্ৰৱেশৰ বাবে তেওঁৰ পিছফালে অনুসৰণ কৰি এজন কৰ্তৃত্বপ্ৰাপ্ত লোকক কেৱল প্ৰৱঞ্চনা আৰু বুৰ্বক বনায়