accessibilty toolbox
color contrast
text size
highlighting more content
zoom in

'চিয়েল মিডিয়া প্লেটফৰ্মে তথ্য ভাগ বতৰা কৰাৰ বাবে ডিজিটেল ব্যৱহাৰকাৰীসকলক সুবিধা আৰু আৰাম প্ৰদান কৰে আৰু মানুহক বিশ্বব্যাপী অনলাইনত একত্ৰিত 'বলৈ সক্ষম কৰাইে এই প্লেটফৰ্মবোৰৰ বিস্তৃত, সীমাহীন আৰু অনিয়ন্ত্ৰিত ব্যৱহাৰ, লগতে সহজে উপলব্ধতা আৰু ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্যৰ প্ৰৱেশাধিকাৰে চাইবাৰ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰে।

এই 'চিয়েল মিডিয়া প্লেটফৰ্মবোৰত বহুতো স্কেমাৰ আছে, যিয়ে বিভিন্ন উপায় বা চেনেলৰ জৰিয়তে ব্যৱহাৰকাৰীসকলক ঠগ-প্ৰৱঞ্চনা কৰাৰ চেষ্টা কৰে। তলত উল্লেখ কেইটামান উপায় উল্লেখ কৰা আছে যিবোৰ অপৰাধীসকলে সাধাৰণতে ব্যৱহাৰকাৰীসকলক লক্ষ্য কৰি তেওঁলোকক পীড়িত কৰিবলৈ বাছনি কৰে।