accessibilty toolbox
color contrast
text size
highlighting more content
zoom in

ঋণ কেলেংকাৰী/প্ৰৱঞ্চনাই সাধাৰণতে যিকোনো ডিজিটেল ব্যৱহাৰকাৰীক প্ৰৱঞ্চনামূলক উপায়েৰে ইণ্টাৰনেট বা অন্যান্য ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰদান কৰিবলগীয়া সুতৰ হাৰ লুকুৱাই ৰখা বা ব্যৱহাৰকাৰীৰ স্পৰ্শকাতৰ বিত্তীয় তথ্য চুৰি কৰা কাৰ্য্যক বুজায়।

ইয়াৰ ভিতৰত ভুৱা ৱেবছাইট বা ছ’চিয়েল মিডিয়া প্ৰফাইল ব্যৱহাৰ কৰি মানুহৰ ধন উলিয়াই কেলেংকাৰী কৰা, বা আন কাৰোবাৰ নামত ঋণৰ বাবে আবেদন কৰিব পৰা ব্যক্তিগত তথ্য চুৰি কৰিবলৈ মেলৱেৰ ব্যৱহাৰ কৰা আদিও থাকিব পাৰে।