accessibilty toolbox
color contrast
text size
highlighting more content
zoom in

বেইটিং হৈছে এক প্ৰকাৰৰ চাইবাৰ আক্ৰমণ য'ত প্ৰৱঞ্চকে ভুক্তভোগীসকলক আকৰ্ষণীয় টোপ দি মালৱেৰ ডাউনলোড কৰিবলৈ প্ৰৱঞ্চনা কৰে/ঠগে । টোপটো ভৌতিক মাধ্যম যেনে ইউএছবি, পেনড্ৰাইভ, চিডি ইত্যাদি হ'ব পাৰে, যাক মালৱেৰৰ সৈতে আপোচ/আক্ৰান্ত কৰা হয় বা বিনামূলীয়া চিনেমা ডাউনলোডৰ জৰিয়তে যিবোৰ প্ৰকৃততে ছদ্মবেশত মালৱেৰ হয়। ইয়াৰ উপৰিও প্ৰৱঞ্চকজনে এই ভৌতিক মিডিয়া ডিভাইচবোৰক কিছুমান জনপ্ৰিয় কোম্পানীৰ লোগো আদিৰ সৈতে লেবেল লগাব পাৰে, যাতে ইয়াক প্ৰামাণিক দেখায়

উদাহৰণ:

  • বিনামূলীয়া, ফ্ৰী এণ্টিভাইৰাছ, বিনামূলীয়া চিনেমা ডাউনলোড আদিৰ বাবে সংক্ৰমিত পেন ড্ৰাইভ বিতৰণ কৰা,
  • সংক্ৰমিত শাৰীৰিক মাধ্যম যেনে ইউএছবি, পেন ড্ৰাইভ আদি ৰাজহুৱা স্থানত এৰি দিয়া
  • চলচ্চিত্ৰ, গেম, এণ্টিভাইৰাছ আদিৰ বিনামূলীয়া ডাউনলোডৰ বিজ্ঞাপন,

Rate this translation